জীৱনৰ ৰঙবোৰ হেৰাই গৈছে, সকলো মাতাল আজি নিজৰ পৃথিৱীত । চাৰিওফালে কেৱল ধোঁৱা আৰু কোলাহল, আনৰ বাবে উভতি চাব কৰোঁ আহৰি নাই। হায়! কি নিষ্ঠুৰ মানৱ জাতি, হাঁহিৰ মাজত সোমাইছে কৃত্ৰিমতা; হেৰাইছে বন্ধুত্ব নোহোৱা হৈ গৈছে প্ৰকৃত ভালপোৱা।। ©Barasha Misra #Life #Life_experience #BarashaMisra #lamp