Nojoto: Largest Storytelling Platform

আনৰ চকুৰে নিজক ভালপোৱাৰ সলনি, নিজৰ চকুৰে নিজক ভাল

আনৰ চকুৰে নিজক ভালপোৱাৰ সলনি, নিজৰ চকুৰে নিজক ভাল পাবলৈ শিকা উচিত। প্ৰেমৰ বাবে কেৱল এটা দিন কিয়? প্ৰতিটো দিনেই হওঁক প্ৰেমৰ। প্ৰতিটো দিনতে আহক প্ৰেম। সৃষ্টি হওঁক নতুনত্ব। আমি সেই প্ৰেম কৰিম যি প্ৰেম হ'ব সৃষ্টিৰ। যিয়েই প্ৰেৰণা দিব জীয়াই থকাৰ।

©Barasha Misra #Love #BarashaMisra

#VantinesDay