উদয়োন্মুখ সপ্তাশ্ব হৈ তেওঁ ধীৰে ধীৰে মোৰ হৃৎ বিশ্ৰম্ভত বিভাসা সানিব ধৰিছে.... আৰু মোৰ আমঠুৰ ভালপোৱাবোৰে জীৱন তচুকত তেওঁৰ মৰমৰ স্বাক্ষৰ গণিছে! Caption আজি শূন্য💔 Collab কৰিব পাৰ অ কোনে পাৰ’, collab নকৰাবোৰ মোৰ প্ৰতিবাদৰ সন্মোখিন হ’বি🙏 #অকনমাণী #প্ৰেমাস্পদলৈ #yqassamese