Nojoto: Largest Storytelling Platform

আপোনাৰ কাহিনীবোৰ এনেকুৱাই...! কৰাল মৰা চেকুৰাৰ সাধ

আপোনাৰ কাহিনীবোৰ এনেকুৱাই...!
কৰাল মৰা চেকুৰাৰ সাধুকথা শুনাই.., 
মাথোঁ লৈ যাব বিচাৰে নিৰ্জুময়ী তৰাৰ দেশলৈ। 

:জোনৰ পৰশনত কোন চেনেহীয়ে ওমলে...?
আপুনি তেতিয়া কয়----
তই নাজান নেকি......?
বুঢ়ী আইয়েচোন জোনাকৰ দেশতহে সূতা কাটে। 

হয় অ' ----
কাহিনীবোৰ এনেকুৱাই। 
কেতিয়াবাতে মৰা........!! 
মাথোঁ চিঞৰবোৰহে হৃদয়ত এনেদৰে লাগি ধৰে যেন,
চৰিত্ৰবোৰ আজিও জীয়া।। 

 🖤🖤
হয় অ' ----
কাহিনীবোৰ এনেকুৱাই। 
কেতিয়াবাতে মৰা........!! 
মাথোঁ চিঞৰবোৰহে হৃদয়ত এনেদৰে লাগি ধৰে যেন,
চৰিত্ৰবোৰ আজিও জীয়া।। 
#yqbandhoi #yqassamese #yqassam #writersofassam

nojotouser9103025844

sangita

New Creator