জানোচা °°°°°°°°°°°° যদি মোক এগৰাকী দয়ালু নাৰীয়ে পাগলৰ ভাল পালেহেঁতেন তেতিয়া তাইৰ প্ৰতি ভাল পোৱাৰ আৱেগ-অনুভূতি মোৰো জাগিলহেঁতেন ৷ আৰু তেতিয়াই হয়তো এখনি মনোমোহা ছবিৰ সৃষ্টি হ’লহেঁতেন ! আৰু নিজকে সফল প্ৰেমিক হিচাপে বিচাৰি পালোহেঁতেন !!! ©Nipil Moran #poem #nipilmoran #rumanticpoem #superhitpoem #intimacy