Nojoto: Largest Storytelling Platform

ফল দিয়া গছ আৰু গুণৱান ব্যক্তিয়েহে একমাত্ৰ মূৰ দোৱা

ফল দিয়া গছ আৰু গুণৱান ব্যক্তিয়েহে একমাত্ৰ মূৰ দোৱায়। শুকান গছ আৰু মূৰ্খ মানুহে একমাত্ৰ আকাশখনকে চিনি পায়।

©Madhurjya Saikia
  #Madhurjyasaikia #assamese