Nojoto: Largest Storytelling Platform

হয়তো !মোৰ ছন্দ, দতকেইটা, নিস্তব্ধতা, তোমাৰেই সৃষ্ট

হয়তো !মোৰ ছন্দ, দতকেইটা, নিস্তব্ধতা, তোমাৰেই সৃষ্টি..
বোলানা আকৌ দুখোজ!
সৌৱা এটা ৰিনি ৰিনি গোন্ধ আহিছে।
কি হব পাৰে বাৰু?
ৰূপহতৰ বগা ফুলজোপা নেকি..
নে... #random voice
হয়তো !মোৰ ছন্দ, দতকেইটা, নিস্তব্ধতা, তোমাৰেই সৃষ্টি..
বোলানা আকৌ দুখোজ!
সৌৱা এটা ৰিনি ৰিনি গোন্ধ আহিছে।
কি হব পাৰে বাৰু?
ৰূপহতৰ বগা ফুলজোপা নেকি..
নে... #random voice
dasdass6129

Somee

New Creator