White মন মলয়া কলিয়নি নদীৰ দাঁতিত কহুঁৱা জোপাৰ মাজত তোমাক বিচাৰি ফুৰিছো। সপোন পৰাশা চৰাইবোৰ মন-আকাশত উৰি ফুৰিছে । বনৰ মাজে মাজে মইনা জাকেও লুকা ভাকো খেলিছে । শূণ্য আকাশৰ.... বিশাল মেঘৰ আঁৰত তুমাকেই যেন দেখিছোঁ সাবটিব খুজিও বাৰে বাৰে উজতিহে খাইছোঁ। দীপক বড়ো ©dipak boro love poetry for her