গীতকে এটি গাইদিং ভোম ================== গ্ৰুপৰ ভিতৰত মইয়ে অকল জবলা ; কৰবাত কেনেবাকৈ ভুল কৰিছোঁং হ’বলা ! চশমা নহ’লে তুমিও ভাল নেদেখা ; ধুনীয়া নহ’লে প্ৰফাইল খুলিও নোচোৱা ৷ Nojotoৰ ভিতৰত মইহে অকল দুখীয়া ; ধুনীয়া ফটো দিবলৈ দামী কেমেৰা নথকা ৷ যদি বেয়া পোৱা আছে যদি কোনোবা ; ইন্বক্সত আহিলৈ লাহেকৈ মাত লগাবা ৷ যদি ভালে লাগে আই ল’ভ ইউ বুলি নক’বা ; ইন্বক্সত আহিলৈ হোৱাট্চএপ নম্বৰ খুজিবা ৷ ≈≈≈≈≈≈≈≈≈≈≈ আমাৰে মিষ্টাৰে সুৰ তুলি তুলি যেতিয়া গীত যুৰিব চাই থকা চিষ্টাৰে ৰ’বকে নোৱাৰি Nojotoতে নাচিব ৷ আমাৰে চিষ্টাৰে ককাল ভাঙি নাচি হিয়াৰ মৰম যাচিব Nojotoৰ ব্ৰাদাৰে মৰমৰ মাতেৰে হাই-হেল্ল বুলি মাতিব ৷ গেয়াৱ গেয়াৱ গেয়াৱ গেয়াৱ হেই ৷ ≈≈≈≈≈≈≈≈≈≈ ©Nipil Moran #Assamese shayari #OneSeason