Nojoto: Largest Storytelling Platform

বিষয়বস্তুৰ অগাধ জ্ঞান লগত লৈ শিক্ষাৰ্থীসকলক শিক্ষ

বিষয়বস্তুৰ অগাধ জ্ঞান লগত লৈ শিক্ষাৰ্থীসকলক শিক্ষাদানৰ লগতে বিভিন্ন পৰীক্ষা,পদ্ধতি অৱলম্বন কৰি সিহঁতৰ আচৰণজনিত সমস্যাৰ বুজ লৈ সেইবোৰ নিৰ্মূল কৰি শিক্ষাৰ্থীৰ আচৰণ সংশোধন কৰা  শিক্ষকসকল একোজন  চিকিৎসকতকৈ কোনো গুণেই কম নহয়।

                           -ফাৰহানা #teacher#quotes#student#Nojoto#assamese

farhana4167

Farhana

Bronze Star
New Creator