Nojoto: Largest Storytelling Platform

চিতাৰ জুই জ্বলি যায় মান-অভিমান অহংকাৰ নিমিষতে চাই

চিতাৰ জুই জ্বলি যায়
মান-অভিমান
অহংকাৰ
নিমিষতে চাই হৈ যায়
জীৱণ-জীৱণ বুলি
হাঁহিলো কান্দিলো
ধন-সোণ বুলি আৰ্জিলো
সকলোচোন নিমিষতে হ'ল চাই
নিজৰ বুলি কাষতচোন কোনো নাই
চিতাৰ জুইত দগ্দ্ধ আজি মই #assamese #poem #assam
চিতাৰ জুই জ্বলি যায়
মান-অভিমান
অহংকাৰ
নিমিষতে চাই হৈ যায়
জীৱণ-জীৱণ বুলি
হাঁহিলো কান্দিলো
ধন-সোণ বুলি আৰ্জিলো
সকলোচোন নিমিষতে হ'ল চাই
নিজৰ বুলি কাষতচোন কোনো নাই
চিতাৰ জুইত দগ্দ্ধ আজি মই #assamese #poem #assam