তুমি ক'ত?? ক'ত তুমি... সদায় দূৰতে থাকিবা নে?? থাকা। যদি তাতেই সুখী.. নালাগে আহিব মোৰ চকুৰ আগত । কেৱল থাকিবা মোৰ অন্ধকাৰ হৃদয়ত এগছি চাকি হৈ।। You can never hurt me... I just feel you #yqbaba #yqbandhoi #assamese #yqbandhoiসুখ #love #dreams #life #happiness