সেই পদুলিৰ বকুলজোপাৰ সুৱাসে বিন্ধে মোৰ নাকত... কিন্তু বিষ হয় মোৰ হৃদয়ত। আৰু সেই তিক্ত বিষতেই সৃষ্টি হয় মোৰ প্ৰিয় বিষাদৰ কবিতা। #অনুগল্প #অনুভূতি #অনুকবিতা অনুগ্ৰহ কৰি সহযোগ কৰিব... মোৰ মৰমৰ লেখক বন্ধুসকল, মোৰ hastag (#আকাংখ্যা) ত আপোনাৰ বহুমূলীয়া লেখাসমূহ সংযোগ কৰিলে নথৈ আনন্দিত হম।আপোনাৰ আভাৰী হৈ ৰম।🤗 #yqbandhoi #assamesequote #assamesewriters #YourQuoteAndMine Collaborating with Chandan Gogoi