Nojoto: Largest Storytelling Platform

তোমাৰ দৰে হবলৈ মোৰ বহু গুণ প্ৰয়োজন হব। সেইয়া হয়তো

তোমাৰ দৰে হবলৈ মোৰ বহু গুণ 
প্ৰয়োজন হব। সেইয়া হয়তো মোৰ নাই সেয়ে মই তোমাৰ দৰে দেউতা হব পৰা নাই। তুমি যতে আছা
কুশলে থাকা দেউতা🙏🙏🙏

©Manoj Gogoi
  #FathersDay #missyou #manojgogoi #Love #loveyou