নাই.... তেওঁৰ প্ৰতি মোৰ একোৱেই আশা নাই। তেওঁৰ ব্যস্ততাৰ তাগিদাত মোৰ মৰমবোৰ কেতিয়াবাই সামৰিলো। তথাপি কিয় নাজানো হয়তো মোৰ আবেগৰ তাগিদাত মই এতিয়াও ব্যস্ত তেওঁৰ এটি notification ৰ অপেক্ষাত। #openforcollab #the #ringing_bell #and #heartbeat #assamesequote #yqqoutes #YourQuoteAndMine Collaborating with Ar Dutta