Nojoto: Largest Storytelling Platform

উস্ম দুখৰ এন্ধাৰত জোনাকৰ নাতিশীতোষ্ণতাৰ শিহৰণ, দুখ

উস্ম দুখৰ এন্ধাৰত
জোনাকৰ নাতিশীতোষ্ণতাৰ শিহৰণ,
দুখৰ দৰিয়াত ডুবি ডুবি দৰিকাই
খৰালিৰ নিজৰাত সুখৰ অনুসৰণ।
আহঃ
দুখীয়াৰ দুমুঠি দুখৰে ভৰত
ভাঙি যায় মহাজনৰে দুটি কৰঙণ।

–ৰণোজ দলে #assamesepoem #lifequote #sad_assamese_poem
উস্ম দুখৰ এন্ধাৰত
জোনাকৰ নাতিশীতোষ্ণতাৰ শিহৰণ,
দুখৰ দৰিয়াত ডুবি ডুবি দৰিকাই
খৰালিৰ নিজৰাত সুখৰ অনুসৰণ।
আহঃ
দুখীয়াৰ দুমুঠি দুখৰে ভৰত
ভাঙি যায় মহাজনৰে দুটি কৰঙণ।

–ৰণোজ দলে #assamesepoem #lifequote #sad_assamese_poem
ronujdoley3018

Ronuj Doley

New Creator