বুজাবুজি খুবেই দৰকাৰী সম্পৰ্ক এটাত কেৱল ভালপোৱাই জানো সম্পৰ্ক এটা ধৰি ৰাখিব পাৰিব??যদি বুজিয়ে নাপায় ইজনে আন জনক!!!😒 বহুতো সম্পৰ্ক হয়তো বুজাবুজিৰ অভাৱৰ কাৰণেই ভাগে... _Qn #Love #Assamese