'সাহসৰ হাজাৰটা হিল্লোলে কোবাই যায়। ' বিনিময়ত ভালপোৱাৰ পৃষ্ঠাবোৰ লুটিয়াই --- মোৰ বাবে প্ৰেমৰ উশাহবোৰত গাঁঠি থৈ যাই, তেওঁৰেই দুটিকৈ জীৱনমুখী সাধু। এটি অপ্ৰতিৰোধ্য জীৱন সংগ্ৰামৰ। আৰু আনটি , সংগ্ৰামৰ একৈছজাক বৰষুণে জুৰুলি কৰি, থৈ যোৱাৰ পিছতো হৃদয়ত জিলিকি থকা প্ৰণয়ৰ মিঠা ৰাগবিধৰ। সাহসৰ প্ৰতিদানত----- এপষেকত এটি মাত্ৰ প্ৰাপ্তিৰ কবিতা। নাই...! তাৰ বাদে কোনোকালেই একো বিচৰা নাই। #অসমীয়া_কবিতা #yqbandhoi #yqassamese #assamesepoem