Nojoto: Largest Storytelling Platform

তুমি ক'ত?? ক'ত তুমি... সদায় দূৰতে থাকিবা নে?? থাকা

তুমি ক'ত?? ক'ত তুমি...
সদায় দূৰতে থাকিবা নে??
থাকা। যদি তাতেই সুখী..

নালাগে আহিব মোৰ
চকুৰ আগত ।
কেৱল থাকিবা মোৰ
অন্ধকাৰ হৃদয়ত
এগছি চাকি হৈ।। You can never hurt me...
I just feel you



#yqbaba #yqbandhoi #assamese #yqbandhoiসুখ #love #dreams #life #happiness
তুমি ক'ত?? ক'ত তুমি...
সদায় দূৰতে থাকিবা নে??
থাকা। যদি তাতেই সুখী..

নালাগে আহিব মোৰ
চকুৰ আগত ।
কেৱল থাকিবা মোৰ
অন্ধকাৰ হৃদয়ত
এগছি চাকি হৈ।। You can never hurt me...
I just feel you



#yqbaba #yqbandhoi #assamese #yqbandhoiসুখ #love #dreams #life #happiness
jahangir1882

Jahangir

New Creator