প্ৰচেষ্টা লাগিবই কোনো এটা কামত সফল হ'বলৈ, সময় লাগিব গছপুলি ডাঙৰ হৈ তাত ফল হ'বলৈ; আনৰ নেতিবাচক কথা শুনি নিৰাশ হোৱাৰ সলনি, ভাল কিতাপ পঢ়া প্ৰয়োজন বৃদ্ধি মনোবল হ'বলৈ। ©Farhana #shayari#Assamese #Books