Nojoto: Largest Storytelling Platform
nirsarmah4551
  • 27Stories
  • 74Followers
  • 209Love
    352Views

Nir Sarmah

Thinking is the best creativity. writing is the best strong positive way .💚

  • Popular
  • Latest
  • Video
282e8dd8ecc78d9c51f566af8557f0de

Nir Sarmah

#poetryunplugged 
Miss Niharika-Atmik bartalap

#poetryunplugged Miss Niharika-Atmik bartalap #Poetry

282e8dd8ecc78d9c51f566af8557f0de

Nir Sarmah

White কথাচাঙ

শব্দবোৰ কথা হোৱালৈ
আমি গৈ থাকো ব'লা
জীৱনৰ আন এটি বাটেৰে
উচুপি নুঠিবা ....
সময় হ'লেই প্ৰকাশিত হ'ব
মৌন ওঁঠৰ কঠিন ভাষা...।।

©Nir Sarmah #nirquotes
282e8dd8ecc78d9c51f566af8557f0de

Nir Sarmah

White কথাচাঙ -১

এচপৰা মেঘক দুহাতে আৱৰিলো
মেঘৰ দুনয়নত শিলে অঁকা ছবি-

শিলে কান্দিলে 
গোলাপে ল'ব জানো সাৱটি!

পদধূলাত ধূলিৰ ভ্ৰাকুটি 
লক্ষ‍্যত দুন্দুভিমান অৱস্থিতি

গৈ থকা বাটত মেঘবৰ্ষণ
শিলাময় হাঁহিটোত নিস্তেজতা
ধূলিয়ে অকাঁ ঘৰটোত
এজাক বৰষুণলৈ আকুল প্ৰতীক্ষা।।

©Nir Sarmah
  @nirquotes

@nirquotes #Quotes

282e8dd8ecc78d9c51f566af8557f0de

Nir Sarmah

😞😞😞😞

😞😞😞😞 #कविता

282e8dd8ecc78d9c51f566af8557f0de

Nir Sarmah

😥😒😒😒😒

😥😒😒😒😒

282e8dd8ecc78d9c51f566af8557f0de

Nir Sarmah

ৰাতিৰ ভাষাৰে

ৰাতিৰ ভাষাৰে

282e8dd8ecc78d9c51f566af8557f0de

Nir Sarmah

☺️☺️☺️☺️

☺️☺️☺️☺️

282e8dd8ecc78d9c51f566af8557f0de

Nir Sarmah

😊😊😊😊

😊😊😊😊

282e8dd8ecc78d9c51f566af8557f0de

Nir Sarmah

জীৱন আৰু সময়

জীৱন আৰু সময়

282e8dd8ecc78d9c51f566af8557f0de

Nir Sarmah

happy birthday vonti

happy birthday vonti

loader
Home
Explore
Events
Notification
Profile