Nojoto: Largest Storytelling Platform
kabyashreemahant3283
  • 12Stories
  • 7Followers
  • 64Love
    0Views

Kabyashree Mahanta

RJCian, ex BBDian a smiling face is a beautiful face, a smiling heart is a happy heart ♥

  • Popular
  • Latest
  • Video
a4e1d6e07f0bc4e35e7e43e058941a6b

Kabyashree Mahanta

Black 
You came to my life
 like a peace and calm wind 
you gave me the proposal of love
 in a very peaceful and innocent manner 
you promised that 
you will give me a colourful world
 I don't know what was wrong there
 Time passed, You changed.. 
Your colourful world also 
convert to black and black 
Yes, its not your guilt..
You keep your promise till present
 and you gave me the colour of life which is Black and Black 
                      -Kabyashree

a4e1d6e07f0bc4e35e7e43e058941a6b

Kabyashree Mahanta

ओंस की बूँद चेहरे पर पड़ रही थी। 






  নিবিচাৰো আমাৰ বন্ধুত্ব হওক ,মূল্যৱান হীৰাৰ কৃত্ৰিম চিকমিকনি,বিচাৰো আমাৰ বন্ধুত্ব হওক, নিয়ৰ পৰা দুবৰিত খোজ কঢাৰ মাদকতাৰে ভৰা,বিচাৰো আমাৰ বন্ধুত্ব হওক প্ৰখৰ ৰ'দটো শীতল বতাহক বলাব পৰা..
                 -Kabyashree  friendship

friendship

a4e1d6e07f0bc4e35e7e43e058941a6b

Kabyashree Mahanta

ओंस की बूँद चेहरे पर पड़ रही थी। 






  নিবিচাৰো আমাৰ বন্ধুত্ব হওক ,মূল্যৱান হীৰাৰ কৃত্ৰিম চিকমিকনি,বিচাৰো আমাৰ বন্ধুত্ব হওক, নিয়ৰ পৰা দুবৰিত খোজ কঢাৰ মাদকতাৰে ভৰা,বিচাৰো আমাৰ বন্ধুত্ব হওক প্ৰখৰ ৰ'দটো শীতল বতাহক বলাব পৰা..
                 -Kabyashree  friendship

friendship

a4e1d6e07f0bc4e35e7e43e058941a6b

Kabyashree Mahanta

ओंस की बूँद चेहरे पर पड़ रही थी। 






  নিবিচাৰো আমাৰ বন্ধুত্ব হওক ,মূল্যৱান হীৰাৰ কৃত্ৰিম চিকমিকনি,বিচাৰো আমাৰ বন্ধুত্ব হওক, নিয়ৰ পৰা দুবৰিত খোজ কঢাৰ মাদকতাৰে ভৰা,বিচাৰো আমাৰ বন্ধুত্ব হওক প্ৰখৰ ৰ'দটো শীতল বতাহক বলাব পৰা..
                 -Kabyashree friendship

friendship

a4e1d6e07f0bc4e35e7e43e058941a6b

Kabyashree Mahanta

জয়মতীৰ বহুত কাহিনী শুনিলো,জয়মতীৰ বহুত কাহিনী পঢিলো,কিন্তু জীৱন্ত জয়মতীক বিচাৰি পালো কেৱল "নাংফা"ত
           -Kabyashree

a4e1d6e07f0bc4e35e7e43e058941a6b

Kabyashree Mahanta

য'ত ভালপোৱা থাকে,তাত ভাললগা থাকে,য'ত ভাললগা থাকে,তাত সুখ থাকে আৰু য'ত সুখ থাকে তাত শান্তি থাকে.
          -Kabyashree #peace
a4e1d6e07f0bc4e35e7e43e058941a6b

Kabyashree Mahanta

য'ত ভালপোৱা থাকে
তাত ভাললগা থাকে,
য'ত ভাললগা থাকে
 তাত সুখ থাকে আৰু য'ত সুখ থাকে ,তাত শান্তি থাকে
                  -kabyashree  Peace

Peace

a4e1d6e07f0bc4e35e7e43e058941a6b

Kabyashree Mahanta

নৈ বৈ যায়,
সময় ৰৈ নাযায় 
নৈয়ে সুঁতি সলায়,
সময়ে মানুহ সলায় 
সাদৃশ্য এয়াই 
                          -Kabyashree

a4e1d6e07f0bc4e35e7e43e058941a6b

Kabyashree Mahanta

ভাল লাগে সেই নিজান বননিত
 মই জনীৰ সৈতে থাকি, 
কিজানি সেই অকলশৰীয়া সময় খিনিয়েই দিলে ,মইজনীৰ সৈতে একাত্ম হোৱাৰ সোণালী সুজোগটি 
                            -Kabyashree self loving ♥

self loving ♥

a4e1d6e07f0bc4e35e7e43e058941a6b

Kabyashree Mahanta

মুক্ত পৃথিৱীৰ,মুক্ত পক্ষী আমি 
নোৱাৰে ৰাখিব কোনেও
 সজাত বন্দী কৰি  
             -Kabyashree free bird

free bird

loader
Home
Explore
Events
Notification
Profile