Nojoto: Largest Storytelling Platform
lirinamoran8234
  • 88Stories
  • 8Followers
  • 824Love
    2.3KViews

সপোনৰ ছাঁয়া

  • Popular
  • Latest
  • Video
a7a88736f0ea16b735cc1ebb254c0b26

সপোনৰ ছাঁয়া

#loveNote
a7a88736f0ea16b735cc1ebb254c0b26

সপোনৰ ছাঁয়া

কৈ কৈ ও শেষ নহয় অনেক কথা
কথাৰ মাজতো ৰৈ যায় অনেক বেথা
কাহিনীৰ মাজতো ৰৈ যায় অনেক কাহিনী
হাঁহিৰ মাজতো ৰৈ যায় অনেক বেদনা
মুখৰ আঁৰত মুখা পিন্ধা আমিটো 
লুকাই থাকে অনেক ছবি...

©সপোনৰ ছাঁয়া #WritingForYou
a7a88736f0ea16b735cc1ebb254c0b26

সপোনৰ ছাঁয়া

হেজাৰ খং, হেজাৰ দুখটো 
তেওঁৰ প্ৰতি কাহানিও ভালপোৱা নকমে ,
তেওঁ আনৰ বুলি জানিও 
 মোৰ প্ৰাৰ্থনাত আজিও তেওঁৱেই থাকে, 
ইয়াতকৈ আৰু কিমান বেছি
 ভালপোৱা তেওঁলৈ হব পাৰে !!!

©সপোনৰ ছাঁয়া #girl
a7a88736f0ea16b735cc1ebb254c0b26

সপোনৰ ছাঁয়া

কিমান শব্দৰ কোলাহলে বুকুত খুন্দিয়াই থাকিলে 
কথা কৈ কৈ নাভাগৰা মুখ এখন নিশ্চুপ হৈ পৰে !!
কিমান এন্ধাৰে মনৰ দুৱাৰ আৱৰি ধৰিলে 
জোনাক ভালপোৱা মনটোৰো
ভয় হয় জোনাকলৈয়ে!!
কিমান কষ্টই বুকুজুৰি শিপাই থাকিলে 
সেমেকা দুচকুৰ কোণ লুকুৱাই 
পিন্ধিব পাৰি বত্ৰিছি হাঁহিৰ মুখা!!
কিমান শূন্যতাই বুকুখন বিন্ধি পেলালে
নিসংগতা লৈ ভয় কৰাজনেও 
বাচি লয় অকলশৰীয়া পথ....!!!

©সপোনৰ ছাঁয়া #Silent
a7a88736f0ea16b735cc1ebb254c0b26

সপোনৰ ছাঁয়া

সময়ৰ ভাঁজত হেৰাই
ডাকোৱালৰ হাতৰ 
নীলা খামৰ চিঠি,
হেৰাই মনৰ আৱেগেৰে 
বগা কাগজৰ বুকুত
 ঢালি দিয়া আখৰৰ সাঁচ...

©সপোনৰ ছাঁয়া
  #चिट्ठी
a7a88736f0ea16b735cc1ebb254c0b26

সপোনৰ ছাঁয়া

সময়ৰ ভাঁজত হেৰাই
ডাকোৱালৰ হাতৰ 
নীলা খামৰ চিঠি,
হেৰাই মনৰ আৱেগেৰে 
বগা কাগজৰ বুকুত
 ঢালি দিয়া আখৰৰ সাঁচ...

©সপোনৰ ছাঁয়া #चिट्ठी
a7a88736f0ea16b735cc1ebb254c0b26

সপোনৰ ছাঁয়া

সময়ৰ ভাঁজত হেৰাই
ডাকোৱালৰ হাতৰ 
নীলা খামৰ চিঠি,
হেৰাই মনৰ আৱেগেৰে 
বগা কাগজৰ বুকুত
 ঢালি দিয়া আখৰৰ সাঁচ...

©সপোনৰ ছাঁয়া
  #चिट्ठी
a7a88736f0ea16b735cc1ebb254c0b26

সপোনৰ ছাঁয়া

যি মোৰ প্ৰতিটো প্ৰাৰ্থনাত আছে

তেওঁক জানো শুভেচ্ছা জনোৱাৰ 

কিবা প্ৰয়োজন আছে!!

©সপোনৰ ছাঁয়া #Wish

Wish #Wish

a7a88736f0ea16b735cc1ebb254c0b26

সপোনৰ ছাঁয়া

গুৰু ব্ৰক্ষ্মা, গুৰু বিষ্ণু,
 গুৰু দেৱ মহেশ্বৰ
গুৰু সাক্ষাৎ পৰমব্ৰক্ষ্ম
 তস্মৈশ্ৰী গুৰুৱে নম: ৷৷
জীৱনৰ আদিপাঠ পঢ়োৱা দিনৰে পৰা
 আৰম্ভ কৰি আজিপৰ্য্যন্ত পোৱা
 প্ৰতিজন শিক্ষাগুৰুৰ চৰণত
 সশ্ৰদ্ধ প্ৰণাম আৰু সেৱাৰে
 শিক্ষক দিৱসৰ 
আন্তৰিক শুভকামনা।

©সপোনৰ ছাঁয়া #Teachersday
a7a88736f0ea16b735cc1ebb254c0b26

সপোনৰ ছাঁয়া

আধুনিক মইয়ো হয়, 
কিন্তু সেইবুলি আধুনিকতাৰ নামত নিজস্বতাক হেৰাই যাব দিব নোৱাৰোঁ। 
তাৰ বাবে তুমি মোক গঞা বুলি হাঁহিলেও হাঁহা, মোৰ আপত্তি নাই ।

©সপোনৰ ছাঁয়া #Nature
loader
Home
Explore
Events
Notification
Profile