Nojoto: Largest Storytelling Platform

Best axomiya Shayari, Status, Quotes, Stories

Find the Best axomiya Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about axomiya love poem, axomiya meaning in hindi, axomiya meaning in english, axomiya song, axomiya gaan download site,

  • 5 Followers
  • 10 Stories

fireflies

নিৰ্জনতাৰ কোলাহলৰ এটি আবেলি 
আৰু একাপ চাহৰ সৈতে মই
মোৰ মনতো যেন 
চাহকাপত চুমুক দিয়া
বিস্কুটৰ দৰে
গলিব খোজে অচিন উমাল কোণত
আৰু 
হেৰাই যাব খোজে আন্ধাৰৰ পৰিসীমাত

©fireflies #AssamesePoem #Assamese #Assam #Axomiyakabita #axomiya 

#good_morning 😊😊😊

Manoj Gogoi

তুলসীৰ তলে তলে মৃগপহু চৰে তাকে দেখি ৰামচন্দ্ৰই শৰ ধেনু ধৰে" সকলো বন্ধু-বান্ধৱীলৈ কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো। #Assamese #axomiya #Bihu #অসমীয়া #বিহু #manojgogoi #Traditional #Festival #Life #assameselanguage #Talk

read more
তুলসীৰ তলে তলে মৃগপহু চৰে
তাকে দেখি ৰামচন্দ্ৰই শৰ ধেনু ধৰে"
সকলো বন্ধু-বান্ধৱীলৈ কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো।

©Manoj Gogoi তুলসীৰ তলে তলে মৃগপহু চৰে
তাকে দেখি ৰামচন্দ্ৰই শৰ ধেনু ধৰে"
সকলো বন্ধু-বান্ধৱীলৈ কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো।
#Assamese #axomiya #Bihu #অসমীয়া #বিহু #manojgogoi #Traditional #Festival #Life #assameselanguage

Riki baishya

ভাল লাগে তোমাৰ নাম,

মোৰ লগত ।

যেন কোনোবাটো ৰাতিপুৱা,

সাঙোৰ খায় থাকে,

এক ৰঙীন সন্ধিয়াৰ লগত । #axomiya #deka #tezpuriyan #riki

Riki baishya

Riki baishya

Riki baishya

Riki baishya

Riki baishya

Riki baishya

Abhî❤

#axomiya

read more
loader
Home
Explore
Events
Notification
Profile