Nojoto: Largest Storytelling Platform

Old thoughts made me, ॥মই "মই" হ'ব বিছাৰো॥ বিছৰা ন

Old thoughts made me, ॥মই "মই" হ'ব বিছাৰো॥
বিছৰা নাই মই 
পৰ্ব্বতৰ উচ্চতা জুখিৱ,
নাই বিচৰা মই 
কোনো কুকিৰে উপচিৱ।
মাথো বিছাৰিচো..
আন একৰ দৰেই..
শিল্প হ'বলৈ,,
মৃত্যু শিল্প হ'বলৈ।
নিবিছাৰো মই..
কোনো কোনো শব্দৰে হোৱা
এটা বাক্য হ'বলৈ..
মাথো বিছাৰিছো
দুটা আখৰৰ 
শব্দ হ'বলৈ....
"মই" হ'বলৈ.!! #oldthought
Old thoughts made me, ॥মই "মই" হ'ব বিছাৰো॥
বিছৰা নাই মই 
পৰ্ব্বতৰ উচ্চতা জুখিৱ,
নাই বিচৰা মই 
কোনো কুকিৰে উপচিৱ।
মাথো বিছাৰিচো..
আন একৰ দৰেই..
শিল্প হ'বলৈ,,
মৃত্যু শিল্প হ'বলৈ।
নিবিছাৰো মই..
কোনো কোনো শব্দৰে হোৱা
এটা বাক্য হ'বলৈ..
মাথো বিছাৰিছো
দুটা আখৰৰ 
শব্দ হ'বলৈ....
"মই" হ'বলৈ.!! #oldthought