Find the Latest Status about assamese poem in assamese language from top creators only on Nojoto App. Also find trending photos & videos about, assamese poem in assamese language.
bhumikadevi
সেইদিনা অপৰাধী তুমি হ'বা সময় আৰু সুযোগ মোৰ পক্ষত থাকিব, আকৌ ঘূৰি আহিব সেই মুহূতবোৰ, এক নতুন ৰুপত !!! #assamese poem#assamese quotes#assamese language#north east assam#plz support
Asthajita kakoti
অনুভৱ মন উৰণীয়া দেহা দুদিনীয়া তথাপিও মনত হেপাঁহ নপলাই হাবাথুৰি খাই বিচাৰি ফুৰো মোৰেই থাকক সকলো মইয়েই হওঁ ৰজা বা ৰাণী । by Asthajita kakoti #Freedom a poem in Assamese
#Freedom a poem in Assamese
read moreBulbul Islam
বিচাৰি চাবা... BULBUL ISLAM জীৱন মৰুৰ কোনোবা দিগন্তত.. আশাৰ পৃথিৱীৰ কোনোবা দ্বীপত নতুবা কল্পনাৰ জগতৰ.. কোনোবা প্ৰান্তত.... যেতিয়াই বিছাৰিবা পোহৰৰ ক্ষীণ এটি ৰেখাৰ দৰে তাতেই বিদ্যমান পাবা বিছাৰি চাবা... যদি বিচৰা.. তোমাৰ হাতৰ ভাগ্য ৰেখাত নতুবা তোমাৰ ৰঙীন কল্পনাত মচিব ধৰা মোৰ ছবিটি আশাৰ প্ৰদীপ হৈ দূৰ আকাশত জিলিকি থকা নিশ্চয় দেখিবলৈ পাবা বিচাৰি চাবা.... My first #Assamese poem in #Nojoto
My first #Assamese poem in
read more