Find the Best whisky Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about how much whisky is good for health daily, costliest whisky in the world, black and white whisky price in mumbai, quotes on whisky, freedom and whisky aberdeen,
Devanshi Parmar
Himashree Baruah
◽ৰাগীয়াল নিশাৰ কথন ◽ হালধীয়া জোনৰ ৰূপোৱালি চাদৰত বুতা বছা ফুট ফুট তৰাৰ জিলিকণিৰ আঁৰত মেঘালীৰ লুকাভাকু। আকাশ চাবলৈ অৱসৰ নোপোৱা দুচকুয়ে তভক মাৰে নিশাৰ মাদকতাত। ৰজনীগন্ধাৰ সুবাসত যেতিয়া মাতাল হৈ পৰিব পৃথিৱী বুকুত বুকু থোৱা উশাহৰ ভৰত চঞ্চলা হৈ উঠিব এন্ধাৰবোৰ। "নিচা নহ'লে টোপনি নাহে" হুইস্কীৰ বটল নোখোলাকৈয়ে কিহৰ নিচা কৰিব আপুনি কওঁক দুচকুত দুচকু থৈ প্ৰেমৰ নিচা কৰিব! হৃদয়ৰ ৰং ঢালি দিয়া স্পৰ্শৰ শিহৰণক ইম্পেৰিয়েল ব্লুৰ গিলাছত ডুবাই ৰাখিব পাৰিব! পাৰে যদি কওঁক না বিলাতি সুৰাৰ ৰাগীতে ৰাগীয়াল কৰিম নিশাটো। আপুনিটো জানেই মই হৃদয় হেৰুওৱা কবি আৰু মোৰ বেৰঙী দুনিয়াৰ আপুনি সেউজ ৰঙা কৃষ্ণচূড়া। আপুনি প্ৰেমিক হ'ব মোৰ দুচকুৰ, মোৰ কাণত ওলমি ৰোৱা ঝুমকা জোৰৰ, মই পিন্ধা বগা কুৰ্তিটোৰ। আৰু মই..... মই আপোনাৰ আউল লগা জীৱন খেলৰ প্ৰত্যেকটো ইনিংছৰ আজীৱন লগৰী হ'ম। নিচা 🍷 #poems #assamesepoetry #writing #poetry #whisky #love
নিচা 🍷 #poems #assamesepoetry #writing poetry #whisky love
read moreGabbar Singh
ये दारू भी क्या गजब चीज़ है, दारू अंदर और सारा दिल का दर्द बाहर....!! #whisky #daaru #emotions #painoflove
#whisky #daaru #Emotions #painoflove
read moreMayaank Modi
Whisky or Rum ? "A cup of tea" - replied the addictor #yqbaba #addictor #whisky #rum #cup #tea
Nitesh
पति-Whisky का एक गिलास बनाता है और पत्नी से कहता है-लो पीओ इसे पत्नी Whisky का एक घूँट पीती है। और कहती है-छी छी कितनी कड़वी है पति- और तू सोचती है कि मै अय्याशी/मज़े करता हूँ जहर के घूँट पीता हूँ जहर के ©Nitesh #Whisky #Memes
CalmKazi
मेरे वक़्त को यूँ न ज़ाया करो मेरी आहों की बूंदों से ये जाम भरा है ।। मय #YuNa Series #3 Click #CalmKaziShorts for more musings #CalmKaziWrites #YQBaba #YQDidi #Hindi #हिंदी #Whisky #Drink #Time #You #Me #जाम #वक़्त
रहमत-ए-भारत
जब तक र्दद-ए-चुभन ना हो सिने में, तो खाख मजा है पीने में। मय को पीकर र्दद-ए-दिल होंठों से न छलके, तो खाख मजा है जीने में। ©रहमत-ए-भारत रहमत-ए-भारत #love #whisky #life #Night #alone #hard #relation #emotion #thought