Nojoto: Largest Storytelling Platform

Best প্ৰেমিকা Shayari, Status, Quotes, Stories

Find the Best প্ৰেমিকা Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about প্ৰেমিকাক জন্ম দিনৰ শুভেচ্ছা, প্ৰেমিকাৰ কবিতা,

  • 3 Followers
  • 4 Stories

sangita

সহযোগ কৰিবচোন। OPEN FOR COLLAB✨ #AT4in1aestheticcollab • A Challenge by Aesthetic Thoughts! 💚 Collab on this beautiful bg with your friends. 💚 It's a 4-in-1 collab challenge. ✍️✨Share your beautiful thoughts. • Invite more and more people to collaborate with you. ✨ • Must use hashtag: #aestheticthoughts #yqbaba #YourQuoteAndMine #প্ৰেমিকা #আকাংখ্যাৰ_দিনলিপি #অব্যংগ

read more
মোৰ আপঁইতা নিস্বানৰ কেঁচেলুৱা কবিতাবোৰ
এবাৰলৈ ফঁহিয়াই চাবাচোন..
যদি  তুমি অনুভৱী,
তাতেই মোৰ জীৱনৰ সমস্তখিনি বিচাৰি পাবা!!
 সহযোগ কৰিবচোন।
OPEN FOR COLLAB✨ #AT4in1aestheticcollab • A Challenge by Aesthetic Thoughts! 💚 

Collab on this beautiful bg with your friends. 💚 It's a 4-in-1 collab challenge. ✍️✨Share your beautiful thoughts. 

• Invite more and more people to collaborate with you. ✨

• Must use hashtag:  #aestheticthoughts

sangita

সহযোগ কৰিবচোন... 🤩 Buddy Mantra Challenge 🎀 Collab with your beautiful words. 🎀 Use #buddymantra 🎀 Read our bio to know us better. #yqbaba #YourQuoteAndMine #oneliner #প্ৰেমিকা #আকাংখ্যাৰ_দিনলিপি #অব্যংগ

read more
অনুৰাগবোৰ তোমাৰ সাকিনত ব্যগ্ৰ হৈ আছে 
 হৃদয় প্ৰাঞ্চীত তোমাৰ নাম খোদিত কৰিবলৈ। 
                     - সুকন্যা সহযোগ কৰিবচোন...
🤩 Buddy Mantra Challenge 

🎀 Collab with your beautiful words. 

🎀 Use #buddymantra 

🎀 Read our bio to know us better.

Lipi Borah

read more
কবিতাৰ প্ৰেমিকা মই
--------------------------------
কবিতা ভালপাওঁ মই
ভালপাওঁ মই কবিতাৰ মাজে মাজে নিজক বিচাৰি
আৰু শব্দবোৰৰ সৈতে মিতিৰালী কৰি..
নজনাকৈয়ে কেতিয়াবা হেৰুৱাই পেলাওঁ মই মোৰ 
শব্দবোৰক আবেগশূণ্য হৈ!!
তেতিয়া যেন স্বাভাৱিক ভাৱেই থমকি ৰয় কলমৰ নিপটোও..
কিন্তু; পাৰি জানো আবেগশূণ্য হৈ জীয়াই থাকিবলৈ???
সেয়েহে আকৌ তুলি লওঁ মই 
হাতত কলমটি আৰু কলমৰ নিপেৰে দৃঢ় কৰো 
শব্দৰ সৈতে থকা মোৰ সম্পর্ক...
অৱশ্যে শব্দবোৰৰ সৈতে মোৰ বহুদিনৰে সম্পর্ক!!
সেয়েহে শব্দবোৰতেই নিজক হেৰোৱাই পেলাওঁ 
আৰু জন্ম দিওঁ এটি নতুন কবিতাৰ...
কবিতাৰ ছন্দে ছন্দে নাচি উঠা শব্দবোৰক ৰূপ দিওঁ এডাল বিন্যাসৰ..
নাম ৰাখো, "এডাল কবিতাৰূপী শব্দৰ বিন্যাস"...
কিন্তু!!!!
কবিতাৰ বিন্যাস সাজি জানো বহিব পাৰি কবিৰ শাৰীত???
সেয়েহে ভুলতো নাভাবিব মই এগৰাকী কবি বুলি ,,,,
মাথো ভাবিব, শব্দৰ সৈতে খেলা কৰি ভালপোৱা এজনী কবিতাৰ প্ৰেমিকা বুলি...
অথবা ভাবিব পাৰে, শব্দৰ তুলা-চনীৰে জুখিব পৰা এজনী শব্দৰ প্ৰেমিকা বুলি.....

nikita_poetry

#বাঁহী #জাহ্নৱী #প্ৰেমিকা

read more


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile