Find the Best Assamese Poems Shayari, Status, Quotes from top creators only on Gokahani App. Also find trending photos & videos aboutlove quotes for her in assamese, assamese love quotes for her, assamese romantic poem for love, assamese love poem of nilim kumar, best love quotes in assamese language,
BWHAITHI BASUMATARY
Hey you hey you...... কি বুলি মাতিম তোমাক হোৱা নাই তোমাৰ লগত একোৱেই চিনাকী hey you বুজিছানে তুমি মোৰ মনৰ কথা নে বুজিও নুবুজা হৈ আছা hey you কবা নে মোক তোমাৰ মনৰ কথা hey you মোৰ সূখ দূখৰ হবানে তুমি সমভাগী ! ©BWHAITHI BASUMATARY hey you ...... #Assamese #AssamesePoem #openion #
hey you ...... #Assamese #AssamesePoem #openion #
read moreNipil Moran
অবিৰত যাত্ৰা °°°°°°°°°°°°°°°°° নীৰৱতা আৰু নিসংগতাৰ সৈতে বহুদিনৰ চিনাকি ৷ এফুট দুৰত্বৰ দৃষ্টিত ৰঙৰ সৈতে খেলা কৰা আজি ত্ৰিশটা বছৰে অতিক্ৰম কৰিলে ৷ মাথোঁ নীৰৱতা আৰু নিসংগতা ৷ বিচাৰি পাওঁ তাতেই তৃপ্তিৰ বাসনা ৷ বাওঁ হাতে প্লেট ধৰি সোঁ হাতে ব্ৰাছ ধৰি পদাৰ্পণ কৰোঁ অন্য এখন পৃথিৱীত ৷ য’ত আছে শান্তি , সুখ-সান্নিধ্য কিম্বা জীৱনৰ ট্ৰেজেডী কমেডি ৷ মানুহৰ প্ৰয়োজনীয় সকলোবোৰেই ইয়াত আছে ৷ প্ৰেম ভালপোৱা , প্ৰাপ্তিৰ আনন্দ , জীৱনৰ সাফল্য ইত্যাদি অলেখ অযুত মানৱীয় কামনা ৷ দুচকুত নিদ্ৰা হেৰায় দুখ ভাগৰ সকলো পলায় ভোক পিয়াহেও পাৰকূল নাপায় ৷ নম্ৰতাৰ এইখন জগতত অকণো দুখ নাই ৷ আহিবা নেকি কোনোবাই মোৰহতে ? আহা হাতত ধৰি আগুৱাই দিম এখোজ আগলৈ ৷ যাবলৈওটো বাকী আছে বহুদুৰ এই যাত্ৰা ৷ ©Nipil Moran #অবিৰতযাত্ৰা #AbirotoYatra #AssamesePoem #AsomiaKabita #asomiakabita Mamta kumari Anjali Jain pinky masrani sanyogita Panday Ruchi Choudhary
#অবিৰতযাত্ৰা #AbirotoYatra #AssamesePoem #asomiakabita #asomiakabita Mamta kumari Anjali Jain pinky masrani sanyogita Panday Ruchi Choudhary
read moreNipil Moran
#অনুশোচনা #AssamesePoem #Kobita #NipilMoran #নিপিল #anuhusona #realstoryofmylife #কবিতা
read more