Find the Latest Status about assamese poem by bhupen hazarika from top creators only on Nojoto App. Also find trending photos & videos about, assamese poem by bhupen hazarika.
Pabitra Bhuyan
যিদৰে এটি সাধাৰণ চাকিয়ে অন্ধকাৰ আঁতৰাই পোহৰ বিলাব পাৰে ঠিক সেইদৰে এটি সামান্য হাহিৰে কাৰোবাৰ হৃদয়ৰ সমগ্ৰ দুখ পাহৰাই দিব পাৰি । Assamese## Liza Hazarika
Assamese## Liza Hazarika #Life_experience
read moreWords
#Assamese Poem written by Bidyutt Bikash Hazarika dedicated to our beautiful College DKD.
read moreFirdausi Rahman
Pakhi loga mone koi jai kisu kotha Tumar obihone aku Jen bhal nologa Bukur majot ase tumar bhal pua Tumi henu muk pahori najaba Assamese poem
Assamese poem
read moreAngarika Borah
মই দেখা পৃথিৱীখন সৰু এইধৰা এখন গাঁও য'ত জুতি লৈছো আইৰ হাতৰ পইতা ভাত মুঠিত ভোটজলকীয়া আৰু কাজি নেমুৰ সোৱাদ আৰু ঠেটুৱৈ ধৰা শীতত জোহালৰ আগত জোপ মাৰি উম লোৱাৰ পৰতে খৰি এডালেৰে খুচৰি খুচৰি অঙঠাৰ মাজত সোমোৱা সৰু আলুগুটি.. ঘোটমৰা নিশাবোৰত চাও খিৰিকিৰে আফিঙৰ দৰে নিচা লগা জোন আৰু পুৱাবোৰত কিচিমিচি চৰাইজাকৰ কোলাহল.. মই দেখা পৃথিৱীখন সৰু.. য'ত আবেলিবোৰত উৰি ফুৰা জোনাকিপৰুৱা বোৰ মোৰ প্ৰিয় আৰু বৰষুণ দিলে দীঘলকৈ উশাহত টানি লঁও কেঁচা মাটিৰ গোন্ধ... --আংগাৰিকা #assamese poem
#Assamese poem
read more