Find the Latest Status about assam news in assamese language from top creators only on Nojoto App. Also find trending photos & videos about, assam news in assamese language.
bhumikadevi
সেইদিনা অপৰাধী তুমি হ'বা সময় আৰু সুযোগ মোৰ পক্ষত থাকিব, আকৌ ঘূৰি আহিব সেই মুহূতবোৰ, এক নতুন ৰুপত !!! #assamese poem#assamese quotes#assamese language#north east assam#plz support
BISHNU NARAYAN DAS
চিতাৰ জুই জ্বলি যায় মান-অভিমান অহংকাৰ নিমিষতে চাই হৈ যায় জীৱণ-জীৱণ বুলি হাঁহিলো কান্দিলো ধন-সোণ বুলি আৰ্জিলো সকলোচোন নিমিষতে হ'ল চাই নিজৰ বুলি কাষতচোন কোনো নাই চিতাৰ জুইত দগ্দ্ধ আজি মই #assamese #poem #assam