Find the Best barashamisra Shayari, Status, Quotes from top creators only on Gokahani App. Also find trending photos & videos abouth for love bara balm, bara pachtaoge love story, bara love, bara love confiance, the track bar and grill,
Barasha Misra
সপোনৰ ঠিকনা আকাশৰ সীমনা...! ©Barasha Misra #Butterfly #barashamisra
Barasha Misra
সপোনৰ কেনভাচত আশাৰ তুলিকা বুলাই.. ©Barasha Misra #Barashamisra #Nojoto #poetry
#barashamisra poetry
read moreBarasha Misra
আপোনাৰ সেই হালীধীয়া হাঁহিটো! হৃদয়ৰ কেনভাচত আজিও সজীৱ💛 ©Barasha Misra #Yellow #barashamisra #patience
#yellow #barashamisra #patience
read moreBarasha Misra
এখিলা সৰাপাতৰ দৰে তোমালৈ ৰৈ আছোঁ নিৰলে নিশব্দে..... ©Barasha Misra #love #Fagun #BarashaMisra #dryleaf
love #fagun #barashamisra #dryleaf
read moreBarasha Misra
আনৰ চকুৰে নিজক ভালপোৱাৰ সলনি, নিজৰ চকুৰে নিজক ভাল পাবলৈ শিকা উচিত। প্ৰেমৰ বাবে কেৱল এটা দিন কিয়? প্ৰতিটো দিনেই হওঁক প্ৰেমৰ। প্ৰতিটো দিনতে আহক প্ৰেম। সৃষ্টি হওঁক নতুনত্ব। আমি সেই প্ৰেম কৰিম যি প্ৰেম হ'ব সৃষ্টিৰ। যিয়েই প্ৰেৰণা দিব জীয়াই থকাৰ। ©Barasha Misra #Love #BarashaMisra #VantinesDay
Love #barashamisra #VantinesDay
read moreBarasha Misra
জীৱনৰ ৰঙবোৰ হেৰাই গৈছে, সকলো মাতাল আজি নিজৰ পৃথিৱীত । চাৰিওফালে কেৱল ধোঁৱা আৰু কোলাহল, আনৰ বাবে উভতি চাব কৰোঁ আহৰি নাই। হায়! কি নিষ্ঠুৰ মানৱ জাতি, হাঁহিৰ মাজত সোমাইছে কৃত্ৰিমতা; হেৰাইছে বন্ধুত্ব নোহোৱা হৈ গৈছে প্ৰকৃত ভালপোৱা।। ©Barasha Misra #Life #Life_experience #BarashaMisra #lamp
Life #Life_experience #barashamisra #lamp
read moreBarasha Misra
আকৌ আহিছে ফাগুন আগৰ দৰেই... নিলাজী হৈ, যৌৱনা হৈ বৰ প্ৰাণচঞ্চলা ফাগুন উন্মনা, বলীয়া, দুষ্ট.... ক'ত যে বিভূষণ! সময়ৰ ডেউকা মেলি আহিছে.. লঠঙা কৰিব গছ-বিৰিষক ফাগুন যে নিলাজ, দুষ্ট ©Barasha Misra #Fagun #Fagun_Month #barashamisra #OneSeason
#fagun #Fagun_Month #barashamisra #OneSeason
read moreBarasha Misra
সোণাৰুৰ হালধীয়া খিনি আজি মোৰ দেহত ফুলিছে,,, আপুনি অহাৰ পৰা বুকুত প্ৰেমৰ মাদল বাজিছে।। ©Barasha Misra #barashamisra #Quote #yellowflower
#barashamisra #Quote #yellowflower
read moreBarasha Misra
বৰষুণ মোৰ সদায় প্ৰিয়! বৰষুণজাকত যেন নিগৰি আহে অতীতৰ সেই মধুৰ স্মৃতিবোৰ। মৌনতাৰ বুতা বছা নিশাটিয়ে আৰু অধিক ৰোমাঞ্চকৰ কৰি তুলিছে। টোপ-টোপকৈ সৰা বৰষুণৰ টোপালবোৰত আকৌ বাজিছে প্ৰেমৰ মাদল। হীমচেচাঁ শীতৰ নিশাটো মোৰ প্ৰেমৰ সমুদ্ৰত উথলি উঠিছে আৱেগৰ জোৱাৰ।। ©Barasha Misra #barashamisra #rain