Find the Best assamesewriters Shayari, Status, Quotes from top creators only on Gokahani App. Also find trending photos & videos aboutlove quotes for her in assamese, assamese love quotes for her, assamese romantic poem for love, best love quotes in assamese language, assamese love status for whatsapp,
Tanhaz Ahmed
The Bogibeel bridge of Assam #Assamese #Assam #AssamesePoem #assamesewriters #bridge #Bridges #waterfall #Water
read morecrazy love
অকল ভাল পাওঁ বুলি কলেই নহব, সুখে দুখে আজীৱন জীৱনসংগী হৈ থাকিব পাৰিব লাগিব, বিশ্বাসৰ এনাজৰী ডাল সদায় মজবুত কৈ ৰাখিব লাগিব। দুয়ো দুয়োৰে সাৰথি হৈ জীৱনভৰ খোজে খোজ মিলাই যোৱাৰ প্ৰতিশ্ৰুতি দিব লাগিব আৰু সেই প্ৰতিশ্ৰুতি জীৱনৰ অন্তিম সময় পৰ্যন্ত বান্ধি ৰাখিব পাৰিব লাগিব। ©crazy love #saath #asamesequotes #assamesewriters #assam #assamesepoetry
kalita kalita
সিটো পাৰৰ ল'ৰাজন🌸🌸 কেঁকুৰিটোৰ সিটো পাৰত বাস কৰে তাইৰ তেজত উমনি দিয়া বিশ্বাসৰ নিশ্বাসে অস্তিত্বৰ সজিবতা বিচাৰি বাস কৰে সি সিটো পাৰে অহা যোৱা কৰে সময়ৰ বাটেৰে। অহা যোৱা কৰে পৰিস্থিতিৰ বাটেৰে। নিখোজ বৰ্তমানৰ এটি আশা কঢ়িয়াই- কেঁকুৰিটোৰ সিটো পাৰত সি বাস কৰে। অলস চকুৰ পতাত তাৰ বেজাৰ সিপাইছে হাঁহিৰ মাজতো ঢাকিব পৰা নাই ভাগৰোৱা মন। কেঁকুৰিটোৰ সিটো পাৰত বাস কৰিছে যদিও ৰিঙি মাৰি খেদিছে তাক অতীতে। প্ৰত্যাশিত মৰমবোৰ বৈ গৈছে তপত হৈ অন্তৰংগ আলাপ কৰিছে- আন্ধাৰৰ সৈতে। কেতিয়াবা ভিৰৰ মাজত ৰৈ নিজক বিচাৰিছে । কেঁকুৰিটোৰ সিটো পাৰত বাস কৰে- তাইৰ তেজত বিশ্বাসৰ নিশ্বাস দিয়া ল'ৰাজনে। -মনিষা কলিতা #secondquote #love #friendship #assamese #assamesewriters #feelings #hobby
#secondquote love #Friendship #Assamese #assamesewriters #feelings #Hobby
read morekalita kalita
ভাল অনুভৱবোৰ🌸 ভাল অনুভৱবোৰ কি! হয়তো তাৰ মাজৰ এটি হʼব কাৰোবাক ভাল পাবলৈ ধৰা অনুভৱখিনি অনুভৱবোৰ স্থায়ী হৈ কেতিয়া থাকিব? এই অনুভৱবোৰক যদি দুয়োৰে নিশ্বাস হবলৈ দিও। হ্ৰদয়ৰ মন্থৰ ধ্বনিক অধʼগামি হবলৈ দিও। স্থায়ী কৰি ৰাখিম নে,ভাল অনুভৱখিনিক স্মৃতি কৰি সাচিম? এই অনুভৱবোৰক যদি অতীতৰ কনোবা এটা ভুলৰ লগত ৰিজাও তেতিয়াও অধʼগামি হবনে মন্থৰ উশাহবোৰ। নে মন্থৰ হৈ থমকি ৰব। ভাল লগা অনুভৱখিনিয়ে যদি ভুল হৈ ধৰা দিয়ে আমাৰ মাজত। তুমি বেছি কষ্ট পবা নে মই! ঠেহ পাতিবো হয়তো তেতিয়া লাজ অভিমানবোৰে, ভাল লগা অনুভৱখিনিয়ে। ঠেহ পাতিবলৈ দিয়া, ভাল লগাখিনি ভাল লগা হৈ এ থাকিব দিয়া এয়া হয়তো সময়ৰ আহ্বান। - মনিষা কলিতা #firstquote #poemtime #assamese #love #assamesewriters
#firstquote #poemtime #Assamese love #assamesewriters
read moresangita
একুঁচীয়া মিচিকনিয়েই জীৱনৰ ফলকত পৰাণৰ সংজ্ঞা লিপিবদ্ধ কৰিব , যদিহে সেই স্মিতহাস্যই বীতস্পৃহাৰ অৱসান ঘটাব পাৰে। তামসীৰ নেত্ৰাম্বু মোৰ পক্ষে সৰ্বদা স্বতন্ত্ৰ। তিমিৰ নিশীথথিনীত মইজনীৰ অতন্দ্ৰ পহৰীচোন তেওঁয়েই। তেন্তে ,কিয় বাৰু এতিয়াও মইজনী হামখুৰি খাই পৰো, আজাৰ আৰু সোণাৰুৰ মাজত বিসদৃশ বিচাৰি..? পৰাণৰ সংজ্ঞা বিচাৰি ! (সকলোৱে সহযোগ কৰিবচোন 😊) #শব্দ_প্ৰেয়সী #অসমীয়া_অনুভৱ #assamesequote #assamesewriters #YourQuoteAndMine Collaborating with Mosleema Begumবা
পৰাণৰ সংজ্ঞা বিচাৰি ! (সকলোৱে সহযোগ কৰিবচোন 😊) #শব্দ_প্ৰেয়সী #অসমীয়া_অনুভৱ #assamesequote #assamesewriters #YourQuoteAndMine Collaborating with Mosleema Begumবা
read moresangita
পাশ্চাত্য দস্তুৰৰ আৱেষ্টন কিম্বা , কোনো প্ৰেম দিৱস তথা বিলাসী উপায়ন কিয় লাগে! চাক্ষুষ মিলনৰ পূৰ্বেই বিশ্ৰম্ভৰ হৃৎ পোতাশালৰ বন্দীয়াৰ হোৱা , আমিয়েই চোন প্ৰণয়ৰ অকুপ্য পিন্ধা দুটি নভঃৰ পত্ৰী! আমাৰ প্ৰেমৰ উপোদঘাটেই বিসদৃশ। অস্তমিত চিত্ৰৰথৰ সৈতে পাপৰি মেলা চন্দ্ৰমল্লিকাৰ সহিতে প্ৰেমালাপত ব্যস্ত ... তুমি "চন্দ্ৰজ্যোতি " প্ৰেম শীৰ্ষক শ্ৰীনামাৰ মই প্ৰেয়সী তোমাৰ- "কৌমুদী "! সকলোৱে সহযোগ কৰিবচোন ! "বা"জনীৰ" নিমন্ত্ৰণ ৰক্ষা কৰি অনুৰাগ-অনুৰাধা" ❣️ #অসমীয়া_অনুভৱ #শব্দ_প্ৰেয়সী #assamesewriters #assamesequote #YourQuoteAndMine Collaborating with Mosleema Begum
সকলোৱে সহযোগ কৰিবচোন ! "বা"জনীৰ" নিমন্ত্ৰণ ৰক্ষা কৰি অনুৰাগ-অনুৰাধা" ❣️ #অসমীয়া_অনুভৱ #শব্দ_প্ৰেয়সী #assamesewriters #assamesequote #YourQuoteAndMine Collaborating with Mosleema Begum
read moresangita
কেঁচা বয়সৰ কোমল মনৰ প্ৰথমটি ভুল তোমাৰ অভিনয়ক সঁচা বুলি ভৱা। #ভাৱনা #অসম্পূৰ্ণ_মৰম #অসমীয়া_কবিতা #assamese #assamesequote #assamesewriters #openforcollab #yourquoteandmine Collaborating with হিমাক্ষী দেৱী Collaborating with Tinkle Barman
#ভাৱনা #অসম্পূৰ্ণ_মৰম #অসমীয়া_কবিতা #Assamese #assamesequote #assamesewriters #openforcollab #YourQuoteAndMine Collaborating with হিমাক্ষী দেৱী Collaborating with Tinkle Barman
read moresangita
সেই পদুলিৰ বকুলজোপাৰ সুৱাসে বিন্ধে মোৰ নাকত... কিন্তু বিষ হয় মোৰ হৃদয়ত। আৰু সেই তিক্ত বিষতেই সৃষ্টি হয় মোৰ প্ৰিয় বিষাদৰ কবিতা। #অনুগল্প #অনুভূতি #অনুকবিতা অনুগ্ৰহ কৰি সহযোগ কৰিব... মোৰ মৰমৰ লেখক বন্ধুসকল, মোৰ hastag (#আকাংখ্যা) ত আপোনাৰ বহুমূলীয়া লেখাসমূহ সংযোগ কৰিলে নথৈ আনন্দিত হম।আপোনাৰ আভাৰী হৈ ৰম।🤗 #yqbandhoi #assamesequote #assamesewriters #YourQuoteAndMine Collaborating with Chandan Gogoi
#অনুগল্প #অনুভূতি #অনুকবিতা অনুগ্ৰহ কৰি সহযোগ কৰিব... মোৰ মৰমৰ লেখক বন্ধুসকল, মোৰ hastag (#আকাংখ্যা) ত আপোনাৰ বহুমূলীয়া লেখাসমূহ সংযোগ কৰিলে নথৈ আনন্দিত হম।আপোনাৰ আভাৰী হৈ ৰম।🤗 #yqbandhoi #assamesequote #assamesewriters #YourQuoteAndMine Collaborating with Chandan Gogoi
read moresangita
নীৰৱতা মানে দ্বিধাগ্ৰস্ত নেকি?? #collabchallenge নিৰৱতাৰ অৰ্থ..সহযোগ কৰিব পাৰে... 🙂🙂 #YourQuoteAndMine Collaborating with Bedangana Baruah #life #lifequotes #assamesequote #assamesewriters #assamese #yqquotes Collaborating with Chandan Gogoi Collaborating with Meghali Das
#CollabChallenge নিৰৱতাৰ অৰ্থ..সহযোগ কৰিব পাৰে... 🙂🙂 #YourQuoteAndMine Collaborating with Bedangana Baruah life #lifequotes #assamesequote #assamesewriters #Assamese #yqquotes Collaborating with Chandan Gogoi Collaborating with Meghali Das
read more